‘মই যেন অতি সোনকালে মৃত্যুৰ ফালে গৈ আছো!’- নাৱাজুদ্দিন ছিদ্দিকীৰ

হিন্দুস্থান টাইমছৰ সৈতে হোৱা সাক্ষাত্‍কাৰত অভিনেতা নাৱাজুদ্দিন ছিদ্দিকীয়ে কয় যে,‘ মই প্ৰথমৰ পৰাই কঠোৰ পৰিশ্ৰমক বিশ্বাস কৰো। মই কেতিয়াও নিজক আনৰ সৈতে তুলনা কৰা নাই। ডাঙৰ ষ্টাৰ হোৱাৰ সপোনো মই কোনোদিন দেখা নাই। আমাৰ উদ্দেশ্য এটাই, বাচি থাকিবলৈ যিমানখিনি প্ৰয়োজন মাত্ৰ সিমান খিনি উপাৰ্জন কৰা। বিগত ১০ বছৰ মই এনেদৰেই চলি আছো। বহু কঠিন পৰিস্থিতিৰ মুখামুখি হৈছো। হয়, মানসিক অৱসাদ মোৰো হৈছিল। যিসময়ত মোৰ হাতত কোনো কাম নাছিল। যেতিয়া মানুহে খুব ডাঙৰ সপোন দেখে, তেতিয়াই মানসিক অৱসাদে আৱৰি ধৰে।’

Comments

Popular posts from this blog

CSK VS MI : Dream 11 IPL 2020 just to start

DECT, Assam Recruitment 2020 : 444 Grade III And Grade IV Vacancy