আজি ৩০১ গৰাকী কোভিড-১৯ ৰোগীয়ে সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ যায়

Tweet by Dr. Himanta Biswa Sarma

"📌 Discharge Alert 😊😊

In what's a BIG day and HUGE relief glad to share that 3⃣0⃣1⃣ of our friends who defeated #COVID are discharged today. Kudos to GREAT work by our doctors and medical staff.

😊Total Discharged Patients - 1085
😑Active Patients - 1844

8:10 PM/June 9

সকলোৰে বাবে এটি অতি আনন্দৰ আৰু সকাহৰ খবৰ ৷ 

আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে আজি ৩০১ গৰাকী কোভিড-১৯ ৰোগীয়ে সম্পূৰ্ণ সুস্থ হৈ  চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ এনে উল্লেখনীয় সেৱা আৰু সাফল্যৰ নিদৰ্শন দাঙি ধৰা আমাৰ চিকিৎসক তথা চিকিৎসাকৰ্মীসকললৈ অভিনন্দন জ্ঞাপন কৰিছো ৷ 

😊 সম্প্ৰতি ৰাজ্যত সুস্থ হোৱা ব্যক্তিৰ সংখ্যা -- ১০৮৫
😑 চিকিৎসাধীন ৰোগীৰ সংখ্যা --  ১৮৪৪"


Comments

Popular posts from this blog

DECT, Assam Recruitment 2020 : 444 Grade III And Grade IV Vacancy