দিহিং পাটকাইত কৰিব নোৱাৰে খনন ।।

দিহিং পাটকাইত কয়লা খননৰ বাবে এনবিডব্লিউএলে অনুমতি দিয়াৰ পাছতে এখন লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি গুৰুত্বপূৰ্ণ ৰায় দিছে উচ্চতম ন্যায়ালয়ে। চেলেকি সংৰক্ষিত বনাঞ্চলত কয়লা খননৰ বিৰুদ্ধে থিয় দিছে ন্যায়ালয়। তাৰ বিপৰীতে বিকল্প স্থান সন্ধানৰ বাবে নিৰ্দেশ দিছে দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে। উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে ৩ সপ্তাহৰ ভিতৰত বিকল্প স্থান নিৰ্ণয় কৰাৰ বাবে দিছে নিৰ্দেশ।

Comments

Popular posts from this blog

CSK VS MI : Dream 11 IPL 2020 just to start

DECT, Assam Recruitment 2020 : 444 Grade III And Grade IV Vacancy