Result of HSLC Assam 2020 Declared on 6 Jun ; ৬ জুনত ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল


আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত জনায় যে অহা ৬ জুন তাৰিখে ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। উক্ত ফলাফল সমূহ অনলাইন যোগেদি ঘোষণা কৰা হব। উক্ত Website সমূহ অতি সোনকালে আমাৰ ইয়াতে উপলব্ধ  হব ।

Comments

Popular posts from this blog

DHSFW, Assam Recruitment 2020 : 594 Grade III (Technical & Non-Technical) Vacancy